বৰহোলা, ২ এপ্ৰিল: মিড ছেগমেণ্ট ক্ৰেতাক লক্ষ্য কৰি মটৰ’লাই ভাৰতত আনুষ্ঠানিকভাৱে মুকলি কৰিছে নিজৰ শেহতীয়া স্মাৰ্টফোন মটৰ’লা এজ ৬০ ফিউজন (Motorola Edge 60 Fusion)–Gadgets360ত এই তথ্য প্ৰকাশ পাইছে । চনী LYT700 প্ৰাইমেৰী চেন্সৰ, শক্তিশালী প্ৰচেছৰ আৰু দীৰ্ঘস্থায়ী বেটাৰীৰ সংযুক্ত এই স্মাৰ্টফোনটোৱে ₹২৫,০০০ ৰ তলৰ সুলভ মূল্যত প্ৰিমিয়াম বৈশিষ্ট্য প্ৰদান কৰাৰ লক্ষ্য কৰি লৈছে। ডিচপ্লে: মসৃণ…
Read more: অপেক্ষাৰ অন্ত: ভাৰতত মুকলি কৰা হৈছে মিড-ৰেঞ্জ ক্ৰেতাৰ বাবে বৈশিষ্ট্যপূৰ্ণ স্মাৰ্টফোন মটৰ’লা এজ ৬০ ফিউজন (Edge 60 Fusion )