Breaking News

Month: August 2024

A post on Kolkota Doctor's murder

দেশ জোঁকাৰি যোৱা কলকাতাৰ চিকিৎসকৰ হত্যাকাণ্ডৰ গোচৰ চিবিআইক অৰ্পন : দল বদ্ধ ধৰ্ষণৰ সন্দেহ ঘনীভূত

দেশ কঁপাই যোৱা কলকতাৰ এখন চৰকাৰী চিকিৎসালয়ত ধৰ্ষণ কৰি হত্যা কৰা ৩১ বছৰীয়া চিকিৎসকগৰাকীৰ শৰীৰত যথেষ্ট পৰিমাণৰ বীৰ্য্য পোৱা গৈছে । এই তথ্য মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ । হত্যাৰ পূৰ্বে চিকিৎসকগৰাকীক গণধৰ্ষণৰ বলি হোৱাৰ ইংগিত পোৱা গৈছে বুলি কলিকতা উচ্চ ন্যায়ালয়ত তেওঁৰ পিতৃ-মাতৃয়ে কয় । উল্লখযোগ্য যে এই গোচৰৰ তদন্ত চিবিআইলৈ হস্তান্তৰ কৰা হৈছে ।তেওঁলোকে…

    Read More

    বিতৰ্কিত নতুন সম্প্ৰচাৰ বিধেয়কৰ খচৰা প্ৰত্যাহাৰ

    ডিজিটেল মাধ্যমৰ স্বতন্ত্ৰ কন্টেন্ট সৃষ্টিকৰ্তাসকলৰ পৰা ৰাজহুৱাভাৱে আৰু ব্যক্তিগতভাৱে ডাঙৰ টেক কোম্পানীসমূহৰ পৰা সমালোচনাৰ সন্মুখীন হৈ চৰকাৰে ২০২৪ চনৰ নতুন সম্প্ৰচাৰ বিধেয়কৰ আটাইতকৈ বিতৰ্কিত খচৰা খন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে । কি আছে নতুন সম্প্ৰচাৰ বিধেয়কৰ বিতৰ্কিত খচৰাত ? সম্প্ৰচাৰ সেৱা নিয়ন্ত্ৰণ বিধেয়ক ২০২৪ৰ নতুন খচৰাত ভাৰতৰ পৰম্পৰাগত আৰু ডিজিটেল মাধ্যম দুয়োটাকে নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে…

      Read More

      টুংগভদ্ৰাৰ আতংক

      যোৱা দেওবাৰে বিয়লিৰ ভাগত টুংগভদ্ৰা নদীৰ ওপৰত অৱস্থিত ৭১ বছৰীয়া বান্ধটোৰ ১৯ নং ক্ৰেষ্ট গেট বিকল হোৱাৰ পিছত কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ লাখ লাখ লোকৰ প্ৰতি বানৰ ভাবুকি আহিছে । বাংলুৰুৰ পৰা ৩৫০ কিলোমিটাৰ দূৰত অৱস্থিত এই বান্ধটোৰ গেটখন বিকল হোৱাৰ পিছত প্ৰচণ্ড গতিৰে পানী ওলাই অহা দেখা গৈছিল । অভিযন্তাসকলে অনুমান কৰা মতে পুৰণি গেটখন…

        Read More

        ফেব্ৰুৱাৰী 2025ৰ পূৰ্বে সুনীতা উইলিয়ামচ মহাকাশ ষ্টেচনৰ পৰা ওভতিব পৰাৰ আশা ক্ষীণ

        NASA and Boeing teams continue analyzing data from recent ground and spacecraft testing as they evaluate the #Starliner spacecraft’s propulsion system during NASA’s Boeing Crew Flight Test mission. Read more: https://t.co/Zbom3pEcmo pic.twitter.com/vr3g65qR8l — NASA Commercial Crew (@Commercial_Crew) August 1, 2024 আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা NASAৰ কতৃপক্ষই জনাইছে যে বয়িং ষ্টাৰ লাইনাৰৰ দ্বাৰা এক দহ দিনীয়া…

          Read More

          জেভেলিন কিনিবলৈ ধন নাছিল এৰছাদ নাদিমৰ

          পেৰিছ অলিম্পিকত পুৰুষৰ শাখাত জেভেলিন নিক্ষেপন প্ৰতিযোগিতাত সোণৰ পদক জয় কৰি এৰছাদ নাদিমে পাকিস্তানৰ খেল জগতক এক উচ্ছতা প্ৰদান কৰিলে । নাদিমৰ  92.97 মিটাৰ দূৰত্বৰ নিক্ষেপনেৰে 32 বছৰৰ ভিতৰত পাকিস্তানৰ এইটো প্ৰথম অলিম্পিক পদক লাভ । উল্লেখযোগ্য যে ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভেনিল নিক্ষেপন প্ৰতিযোগিতাত  89.45 মিটাৰ দূৰত্বৰ নিক্ষেপনেৰে দ্বিতীয় স্থান দখল কৰে । এই…

            Read More

            পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰাৰ ৰূপৰ পদক : ট্ৰেক এণ্ড ফিল্ডত একক নিৰৱছিন্ন জয়ৰ প্ৰথমজন ভাৰতীয়

            "I gave my best, but it was Arshad's day": Neeraj Chopra reflects on missing gold at Paris Olympics Read @ANI Story | https://t.co/HK1MPE1h51#NeerajChopra #javelinfinal #ParisOlympics2024 pic.twitter.com/C8rlcUTWWD — ANI Digital (@ani_digital) August 9, 2024 ষ্টেদি দ্য ফ্ৰাঞ্চ ষ্টেডিয়ামত উল্লাসিত দৰ্শকৰ সমুখত প্ৰদৰ্শন কৰি তাৰকা জেভেলিন নিক্ষেপক নীৰজ চোপ্ৰাই পেৰিছ অলিম্পকৰ পুৰুষৰ জেভেলিন নিক্ষেপনৰ প্ৰতিযোগিতাত ৰূপৰ পদক…

              Read More

              অযোগ্য ঘোষিত হোৱাৰ পিছতে ৱিনেশ ফ’গাটৰ অৱসৰ ঘোষণা : মাকলৈ আৱেগিক পোষ্ট

              পেৰিছ অলিম্পিক 2024ত যোৱা মংগলবাৰে মহিলা মল্লযুঁজৰ 50 কেজি শাখাৰ ফাইনেল খেলৰ আগমুহূ্‌ৰ্ত্তত লোৱা দৈহিক ওজন মাপত 100 গ্ৰাম অধিক ওজন হোৱা বাবে খেলৰ বাবে অলিম্পিক কমিটিৰ দ্বাৰা অযোগ্য ঘোষণা হোৱাৰ পিছত হতাশাত ভাগি পৰা ভাৰতীয় মহিলা মল্লযুঁজাৰু ৱিনেশ ফ’গাতে আজি বৃহস্পতিবাৰে মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মংগলবাৰে…

                Read More

                সোণৰ পদকৰ পৰা এখোজ দূৰৈত থমকি ৰ’ল ৱিনেশ ফ’গাট : অধিক ওজনৰ বাবে অযোগ্য ঘোষণা

                ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটক দেহৰ ওজন অধিক হোৱাৰ বাবে পেৰিছ অলিম্পিক-2024ৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে । মহিলাৰ 50 কেজি শাখাৰ ফাইনেলৰ ঠিক আগে আগে লোৱা দৈহিক ওজন মাপত তেওঁৰ দেহৰ ওজন 150 গ্ৰাম অধিক পোৱা গ’ল । বছৰ বছৰ ধৰি কৰা নিষ্ঠা, একাগ্ৰ প্ৰচেষ্টা আৰু ব্যতিক্ৰমী প্ৰদৰ্শনৰ জৰিয়তে নিজৰ বাবে এক নিৰ্দিষ্ট স্থান খোদিত…

                  Read More

                  জ্বলন্ত বাংলাদেশ : অন্তৱৰ্তীকালিন চৰকাৰ গঠনৰ প্ৰচেষ্টা

                  যোৱা প্ৰায় এমাহৰো অধিক কাল সংৰক্ষণ ব্যৱস্থাৰ প্ৰতিবাদত বাংলাদেশৰ ৰাজনৈতিক দল আৱামী লিগৰ নেতা তথা পূৰ্ব প্ৰধান মন্ত্ৰী শ্বেইখ হাচিনাৰ বিৰোদ্ধে চলা ছাত্ৰ আন্দোলন আৰু হিংসাত্মক প্ৰতিবাদে যোৱা সোমবাৰে ভীষণ ৰূপ ধাৰণ কৰে । ফলত প্ৰধান মন্ত্ৰী শ্বেইখ হাচিনাই পদত্যাগ কৰি দেশ এৰি পলায়ণ কৰিবলৈ বাধ্য হয় । নিজ দেশৰ পৰা পলায়ণ কৰি শ্বেইখ হাচিনাই…

                    Read More

                    বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাচিনাৰ ভাৰতলৈ পলায়ণ : 300 জন প্ৰতিবাদকাৰীৰ মৃত্যু

                    বাংলাদেশৰ সংৰক্ষণ ব্যৱস্থাৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনাৰ বিৰুদ্ধে চলি থকা ছাত্ৰ আন্দোলনে আজি হিংসাত্মক ৰূপ ধাৰণ কৰাত পুলিছ আৰু প্ৰতিবাদকাৰীৰ সংঘৰ্ষত প্ৰায় তিনিশৰো অধিক প্ৰতিবাদকাৰীৰ মৃত্যু হয় আৰু বহুজন আহত হয় । পৰিস্থিতি অৱনতি ঘটাৰ ফলত বাংলাদেশৰ আৰ্মীয়ে প্ৰধান মন্ত্ৰী শ্বেইখ হাচিনাক 45 মিনিটৰ ভিতৰত প্ৰধান মন্ত্ৰীৰ পদৰ পৰা পদ ত্যাগ কৰিবলৈ সময় বান্ধি দিয়ে…

                      Read More