- বাংলাদেশত মুছলীম উগ্ৰবাদী আৰু জেহাদীৰ হিন্দু চাফাই আভিযান : ভাৰত আৰু বিশ্বজুৰি প্ৰতিক্ৰিয়াby khabartaza24.comবৰহোলা,২ ডিচেম্বৰ,২০২৪ – বাংলাদেশত সংখ্যালঘুৰ হিন্দু সম্প্ৰদায়ৰ ওপৰত সংঘটিত ধাৰাবাহিক আক্ৰমণৰ ঘটনাই ভাৰত আৰু বিশ্বজুৰি উদ্বেগৰ সৃষ্টি কৰিছে। যোৱা আগষ্ট মাহত ছাত্ৰ আন্দোলনৰ দ্বাৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাক উৎখাত কৰাৰ পাছত দেশখনত সৃষ্টি হোৱা ৰাজনৈতিক সংকটক সুযোগ হিচাপে গ্ৰহণ কৰি কিছু মুছলীম উগ্ৰপন্থীয়ে হিন্দুসমাজৰ ওপৰত হিংসাত্মক আক্ৰমণ চলাইছে । বিজিনেচ টুডেত প্ৰকাশিত বাতৰি অনুসৰি হিন্দু… Read more: বাংলাদেশত মুছলীম উগ্ৰবাদী আৰু জেহাদীৰ হিন্দু চাফাই আভিযান : ভাৰত আৰু বিশ্বজুৰি প্ৰতিক্ৰিয়া
- আজি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ ভোট গ্ৰহণ : বিশ্বৰ দৃষ্টি নিৱদ্ধby khabartaza24.comবৰহোলা,৫ নৱেম্বৰ,২০২৪ : আমেৰিকাৰ বহুপ্ৰত্যাশিত ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচন চূড়ান্ত পৰ্যায়ত আহি উপনিত হৈছেহি । আমেৰিকাৰ সমগ্ৰ দেশৰ ভোটাৰসকলে আজি ৫ নৱেম্বৰত ভোটদানৰ বাবে সাজো হৈছে । স্থানীয় সময় অনুসৰি পুৱা ৬:০০ বজাৰ পৰা ৭:০০ বজাৰ ভিতৰত ভোটগ্ৰহণ আৰম্ভ হয় । অৱশ্যে ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰি ভোটগ্ৰহণ মুকলি কৰা সময় কিছু হীন-দেৰি হৈছে। এই ভোটগ্ৰহণ… Read more: আজি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ ভোট গ্ৰহণ : বিশ্বৰ দৃষ্টি নিৱদ্ধ
- উত্তৰ গাজাত “নৰ সংহাৰ” : ইজৰাইলৰ বিমান আক্ৰমণত ৫০ টা শিশুকে ধৰি ৮৪ জনতকৈ অধিক পেলেষ্টাইনী লোকৰ মৰ্মান্তিকভাবে মৃত্যুby khabartaza24.comবৰহোলা,২ নৱেম্বৰ ২০২৪ : উত্তৰ গাজাৰ আৱাসিক অট্টালিকাত কৰা ইজৰাইলৰ দুটা বিমান আক্ৰমণত ৫০ টা শিশুকে ধৰি ৮৪ জনতকৈ অধিক পেলেষ্টাইনী লোকৰ মৰ্মান্তিকভাবে মৃত্যু হৈছে । গাজাৰ চৰকাৰী মিডিয়া কাৰ্যালয়ে এই কথা ঘোষণা কৰিছে । এই আক্ৰমণক বিষয়াসকলে “বৰ্বৰ নৰসংহাৰ” বুলি অভিহিত কৰিছে । আল জাজিৰাত প্ৰচাৰিত বাতৰি অনুসৰি উত্তৰ গাজাৰ আৱাসিক অট্টালিকাত ইজৰাইলৰ বিমান… Read more: উত্তৰ গাজাত “নৰ সংহাৰ” : ইজৰাইলৰ বিমান আক্ৰমণত ৫০ টা শিশুকে ধৰি ৮৪ জনতকৈ অধিক পেলেষ্টাইনী লোকৰ মৰ্মান্তিকভাবে মৃত্যু
- আন্তঃৰাষ্ট্ৰীয় স্নাতকসকলৰ বাবে ইমিগ্ৰেচন নীতিৰ সংশোধন কানাডাৰ : ভাষাৰ দক্ষতাৰ ওপৰত অধিক কঠোৰ হ’ব কানাডাby khabartaza24.comবৰহোলা,১ নৱেম্বৰ,২০২৪: আজি অৰ্থাৎ ১,নৱেম্বৰ ২০২৪ৰ পৰা স্নাতকোত্তৰ কৰ্ম অনুমতি পিজিডব্লিউপি(Post-Graduation Work Permit program,(PGWP)) কাৰ্যসূচীত এক উল্লেখযোগ্য পৰিৱৰ্তন ৰূপায়ণ কৰিছে কানাডাই। দেশখনৰ শ্ৰম বজাৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অনুপ্ৰৱেশ নীতিসমূহৰ লগত খাপখোৱাকৈ এই নতুন নীতি সংশোধন কৰা হৈছে । নতুন নিয়মসমূহে স্বাস্থ্যসেৱা, প্ৰযুক্তি, আৰু দক্ষ ব্যৱসায়কে ধৰি জটিল শ্ৰমিকৰ নাটনিৰ সন্মুখীন হোৱা মূল খণ্ডসমূহত স্নাতক… Read more: আন্তঃৰাষ্ট্ৰীয় স্নাতকসকলৰ বাবে ইমিগ্ৰেচন নীতিৰ সংশোধন কানাডাৰ : ভাষাৰ দক্ষতাৰ ওপৰত অধিক কঠোৰ হ’ব কানাডা
- ভয়ংকৰ মানৱীয় সংকটত গাজা : খাদ্য,পানী আৰু চিকিৎসা সাহায্যৰ তীব্ৰ নাটনিby khabartaza24.comবৰহোলা, ২৭ অক্টোবৰ,২০২৪ :গাজাত চলি থকা সংঘাতৰ ফলত তাত এক ভয়ংকৰ মানৱীয় সংকটত সৃষ্টি হৈছে । সাধাৰণ নাগৰিকৰ বাবে খাদ্য, পানী, চিকিৎসা সাহায্যৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ তীব্ৰ নাটনিৰ সৃষ্টি হৈছে । ইজৰাইলৰ শেহতীয়া অৱৰোধৰ ফলত যোগানৰ প্ৰায়বোৰ পথ বন্ধ হৈ পৰিছে, যাৰ ফলত গাজাৰ ২৩ লাখ বাসিন্দা বিশেষকৈ উত্তৰ অঞ্চলৰ বাসিন্দাসকলৰ এই প্ৰয়োজনীয়তা সমূহৰ সুবিধা… Read more: ভয়ংকৰ মানৱীয় সংকটত গাজা : খাদ্য,পানী আৰু চিকিৎসা সাহায্যৰ তীব্ৰ নাটনি
(Disclosure: This post may contain affiliate links, which means I may earn a commission if you purchase through these links, at no extra cost. As an Amazon Associate, I earn from qualifying purchases.)