- বিএছএনএল(BSNL)ৰ ঐতিহাসিক পদক্ষেপ : ৰূপায়ণ কৰিবলৈ ওলাইছে গেম-চেঞ্জিং D2D প্ৰযুক্তিএক সাহসী পদক্ষেপ গ্ৰহণ কৰি দেশৰ ৰাজহুৱা খণ্ডৰ টেলিকম সেৱা প্ৰতিষ্ঠান বি এছ এন এল(BSNL)য়ে সমগ্ৰ টেলিকম সেৱাক নতুন ৰূপ দিব পৰা ডাইৰেক্ট টু ডিভাইচ (ডি টু ডি) প্ৰযুক্তি প্ৰচলন কৰিবলৈ আগবাঢ়িছে । এই উদ্দেশ্যে ভাৰত সঞ্চাৰ নিগম লিমিটেড (BSNL)য়ে বিশ্ব উপগ্ৰহ যোগাযোগৰ নেতাস্বৰূপ ভিয়াছাট (Viasat)ৰ সহযোগত নিজৰ বৈপ্লৱিক ডাইৰেক্ট টু ডিভাইচ (ডি টু ডি)… Read more: বিএছএনএল(BSNL)ৰ ঐতিহাসিক পদক্ষেপ : ৰূপায়ণ কৰিবলৈ ওলাইছে গেম-চেঞ্জিং D2D প্ৰযুক্তি
- ভিক্টৰ এম্ব্ৰ’ছ (Victor Ambros) আৰু গেৰী ৰুভকুন(Gary Ruvkun)লৈ ২০২৪ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাজিন প্ৰকাশ নিয়ন্ত্ৰণ কৰা সৰু আৰ এন এ(small RNA molecules) অণু মাইক্ৰ’আৰ এন এ (miRNA)ৰ যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ২০২৪ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে ভিক্টৰ এম্ব্ৰ’ছ আৰু গেৰী ৰুভকুনে। এই গৱেষণাই জিনীয় নিয়ন্ত্ৰণ আৰু কেন্সাৰ, হৃদৰোগ, আৰু স্নায়ুৰ অৱক্ষয়ী বিকাৰৰ দৰে ৰোগত ইয়াৰ ভূমিকা সম্পৰ্কে গভীৰ ভাবে বুজাত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। মেছাচুচেটছ… Read more: ভিক্টৰ এম্ব্ৰ’ছ (Victor Ambros) আৰু গেৰী ৰুভকুন(Gary Ruvkun)লৈ ২০২৪ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
- পৃথিৱীৰ ইণ্টাৰনেট, জিপিএছ ব্যৱস্থা আৰু শক্তি গ্ৰীডত প্ৰভাৱ পেলাব পৰা সৌৰশিখা ধৰা পেলাইছে নাছাৰ মহাকাশ নিৰীক্ষণ কেন্দ্ৰই২০২৪ চনৰ ৩ অক্টোবৰত নাছাৰ সৌৰ গতিবিদ্যা মহাকাশ নিৰীক্ষণ কেন্দ্ৰই এটা অসাধাৰণ পৰিঘটনা ধৰা পেলাইছে । মহাকাশ নিৰীক্ষণ কেন্দ্ৰই এটা শক্তিশালী X9.0 শ্ৰেণীৰ সৌৰশিখা ধৰা পেলাইছে, যিটো শেহতীয়া ইতিহাসৰ অন্যতম বৃহৎ সৌৰশিখা ৰূপে চিনাক্ত কৰা হৈছে । সূৰ্য্যৰ পৰা বিস্ফোৰণ হোৱা এই বিশাল সৌৰশিখাটোৱে তীব্ৰ বিকিৰণ প্ৰেৰণ কৰিছে যিয়ে পৃথিৱীৰ উপগ্ৰহৰ যোগাযোগ, জিপিএছ ব্যৱস্থা আৰু… Read more: পৃথিৱীৰ ইণ্টাৰনেট, জিপিএছ ব্যৱস্থা আৰু শক্তি গ্ৰীডত প্ৰভাৱ পেলাব পৰা সৌৰশিখা ধৰা পেলাইছে নাছাৰ মহাকাশ নিৰীক্ষণ কেন্দ্ৰই
- ফেব্ৰুৱাৰী 2025ৰ পূৰ্বে সুনীতা উইলিয়ামচ মহাকাশ ষ্টেচনৰ পৰা ওভতিব পৰাৰ আশা ক্ষীণNASA and Boeing teams continue analyzing data from recent ground and spacecraft testing as they evaluate the #Starliner spacecraft’s propulsion system during NASA’s Boeing Crew Flight Test mission. Read more: https://t.co/Zbom3pEcmo pic.twitter.com/vr3g65qR8l — NASA Commercial Crew (@Commercial_Crew) August 1, 2024 আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা NASAৰ কতৃপক্ষই জনাইছে যে বয়িং ষ্টাৰ লাইনাৰৰ দ্বাৰা এক দহ দিনীয়া… Read more: ফেব্ৰুৱাৰী 2025ৰ পূৰ্বে সুনীতা উইলিয়ামচ মহাকাশ ষ্টেচনৰ পৰা ওভতিব পৰাৰ আশা ক্ষীণ