ফ্ল’ৰিডাত হাৰিকেন মিল্টনৰ আঘাত : লাখ লাখ লোক বিদ্যুত সংযুগ বিহীন , অভূতপূৰ্ব ক্ষতি আৰু বহু লোকৰ মৃত্যু
অক্টোবৰ, ২০২৪ – চাৰাচোটা কাউন্টি, ফ্ল’ৰিডাবুধবাৰে ফ্ল’ৰিডাৰ উপসাগৰীয় উপকূলৰ স্থলভাগত ৩য় শ্ৰেণীৰ ভয়াৱহ ধুমুহা হাৰিকেন মিল্টনে খুন্দা মাৰে । ঘণ্টাত…