পাকিস্তান সামৰিক বাহিনীত তীব্ৰ সংকট-অভিজাত সেনা বিষয়াৰ পলায়ণ
বৰহোলা, ২৮ এপ্ৰিল, ২০২৫ পাকিস্তানৰ সামৰিক বাহিনীত তীব্ৰ সংকট পাকিস্তানৰ সামৰিক বাহিনীক গভীৰ সংকটে আগুৰি ধৰিছে, গোলাবাৰুদৰ নাটনি, তীব্ৰ আৰ্থিক সংকট, আৰু সশস্ত্ৰ বাহিনীৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা আভ্যন্তৰীণ অসন্তুষ্টিৰ…