- চিভিয়াৰ চাইক্লোনিক ষ্টৰ্ম ডানাৰ স্থলভাগত প্ৰৱেশ : গতিবেগ ঘণ্টাত ১১০ কিলোমিটাৰby khabartaza24.comঘূৰ্ণীবতাহ ডানাই ভাৰতৰ পূব উপকূলত স্থলভাগত প্ৰৱেশ কৰিছে । বিশেষকৈ ওড়িশা আৰু পশ্চিম বংগৰ উপকূলীয় অঞ্চলত ই তীব্ৰ শক্তিৰে আঘাত কৰিছে । তীব্ৰ ঘূৰ্ণীবতাহ (Classified as a severe cyclonic storm) ৰূপে শ্ৰেণীভুক্ত ডানা স্থলভাগত প্ৰৱেশ কৰাৰ লগে লগে বতাহৰ গতিবেগ প্ৰায় ৬৮ মাইল প্ৰতি ঘণ্টাত (১১০ কিলোমিটাৰ প্ৰতি ঘণ্টা) পৰ্যন্ত হয়, ধুমুহাৰ কোব ৭৫ মাইল… Read more: চিভিয়াৰ চাইক্লোনিক ষ্টৰ্ম ডানাৰ স্থলভাগত প্ৰৱেশ : গতিবেগ ঘণ্টাত ১১০ কিলোমিটাৰ
- ক্ৰমান্বয়ে কাষ চাপি আহিছে ভয়ংকৰ ঘূৰ্ণীবতাহ ডানা: ওড়িশা আৰু পশ্চিম বংগত হাই এলাৰ্টby khabartaza24.comঘূৰ্ণীবতাহ ডানা ওচৰ চাপি অহাৰ লগে লগে ওড়িশা আৰু পশ্চিম বংগই ঘূৰ্ণীবতাহৰ প্ৰভাৱ কম কৰিবলৈ দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা ২৫ অক্টোবৰত এই ঘূৰ্ণীবতাহ স্থলভাগত আঘাত কৰাৰ সম্ভাৱনা আছে । বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ১০০-১২০ কিলোমিটাৰ পৰ্য্ন্ত হ’ব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে । দুয়োখন… Read more: ক্ৰমান্বয়ে কাষ চাপি আহিছে ভয়ংকৰ ঘূৰ্ণীবতাহ ডানা: ওড়িশা আৰু পশ্চিম বংগত হাই এলাৰ্ট
- ফ্ল’ৰিডাত হাৰিকেন মিল্টনৰ আঘাত : লাখ লাখ লোক বিদ্যুত সংযুগ বিহীন , অভূতপূৰ্ব ক্ষতি আৰু বহু লোকৰ মৃত্যুby khabartaza24.comঅক্টোবৰ, ২০২৪ – চাৰাচোটা কাউন্টি, ফ্ল’ৰিডাবুধবাৰে ফ্ল’ৰিডাৰ উপসাগৰীয় উপকূলৰ স্থলভাগত ৩য় শ্ৰেণীৰ ভয়াৱহ ধুমুহা হাৰিকেন মিল্টনে খুন্দা মাৰে । ঘণ্টাত ১২০ মাইল বেগত বলা এই ধুমুহাই ধ্বংস আৰু ব্যাপক ক্ষতিসাধন কৰিছে । যাৰ ফলত ফ্ল’ৰিডাৰ ৩০ লাখৰো অধিক লোক বিদ্যুৎ বিহীন হৈ পৰিছে । ঘৰ-দুৱাৰ ভাঙি মাটিত চেপেটা হৈ পৰিছে । সমগ্ৰ ৰাজ্যখনতে মাৰাত্মক টৰ্নেডোৰ… Read more: ফ্ল’ৰিডাত হাৰিকেন মিল্টনৰ আঘাত : লাখ লাখ লোক বিদ্যুত সংযুগ বিহীন , অভূতপূৰ্ব ক্ষতি আৰু বহু লোকৰ মৃত্যু
- হাৰিকেন মিল্টন টাম্পা বেৰ ওচৰ চাপি অহাত বিপৰ্যয়ৰ অপেক্ষাত ফ্ল’ৰিডাby khabartaza24.comশেহতীয়া ইতিহাসৰ অন্যতম বিপজ্জনক ধুমুহাৰ মুখামুখী হবৰ বাবে আমেৰিকাৰ ফ্ল’ৰিডা সাজু হৈছে, কাৰণ হাৰিকেন মিল্টন ৰাজ্যখনৰ ফালে ধাৱমান হৈছে । ৪ নং শ্ৰেণীৰ হাৰিকেনটো কেইঘণ্টা মানৰ ভিতৰতে স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত ঘণ্টাত ১৪০ মাইলতকৈ অধিক বেগেৰে বতাহ বলিব, ধাৰাষাৰ বৰষুণ, আৰু ব্যাপক বানপানী হোৱাৰ আশংকা কৰা হৈছে । ফ্ল’ৰিডাৰ অন্যতম দুৰ্বল অঞ্চল… Read more: হাৰিকেন মিল্টন টাম্পা বেৰ ওচৰ চাপি অহাত বিপৰ্যয়ৰ অপেক্ষাত ফ্ল’ৰিডা
- নেপালত জল প্ৰলয় : ভয়াবহ ফ্লেছ ফ্লাডত বিধ্বস্ত নেপাল, ২০০ৰো অধিক লোকৰ মৃত্যু, কাঠমাণ্ডুত তীব্ৰ আঘাতby khabartaza24.comঅতি দুখজনকভাৱে পৰিৱৰ্তিত পৰিঘটনাত এক ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজিছে নেপালে । নেপালৰ জনসাধাৰণৰ মনত পৰাৰে পৰা এইটো এক অন্যতম প্ৰাকৃতিক দুৰ্যোগ ৰূপে চিহ্নিত হৈছে । হঠাৎ হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হঠাৎ সৃষ্টি হোৱা বানপানী আৰু ভূমিস্খলনে সমগ্ৰ দেশখনতে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । দেশখনৰ ৰাজধানী চহৰ কাঠমাণ্ডু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা… Read more: নেপালত জল প্ৰলয় : ভয়াবহ ফ্লেছ ফ্লাডত বিধ্বস্ত নেপাল, ২০০ৰো অধিক লোকৰ মৃত্যু, কাঠমাণ্ডুত তীব্ৰ আঘাত
- প্ৰডণ্ড শীত লহৰত উত্তৰ ভাৰত পক্ষাঘাতগ্ৰস্ত: ভয়াৱহ শীত প্ৰবাহ আৰু কুঁৱলীৰ বিধ্বংসী ৰূপby khabartaza24.comবৰফ চেঁচা হাড় কপোঁৱা ঠাণ্ডাই উত্তৰ ভাৰতক গ্ৰাহ কৰাৰ লগে লগে বাসিন্দাসকলে প্ৰচণ্ড শীত প্ৰবাহৰ সৈতে যুঁজিব লগা হৈছে । ফলত যাতায়ত আৰু পৰিবহণ ব্যৱস্থাক ব্যাঘাত জন্মোৱাৰ লগতে জন দৈনন্দিন জীৱন ব্যাহত হৈ পৰিছে । ১. সমগ্ৰ উত্তৰ ৰাজ্য শীত প্ৰবাহৰ কবলত: ভাৰতৰ বতৰ বিজ্ঞান বিভাগ (আই এম ডি)য়ে প্ৰকাশ কৰা অনুসৰি পঞ্জাৱ, হাৰিয়ানা, উত্তৰ… Read more: প্ৰডণ্ড শীত লহৰত উত্তৰ ভাৰত পক্ষাঘাতগ্ৰস্ত: ভয়াৱহ শীত প্ৰবাহ আৰু কুঁৱলীৰ বিধ্বংসী ৰূপ