দেশ কঁপাই যোৱা কলকতাৰ এখন চৰকাৰী চিকিৎসালয়ত ধৰ্ষণ কৰি হত্যা কৰা ৩১ বছৰীয়া চিকিৎসকগৰাকীৰ শৰীৰত যথেষ্ট পৰিমাণৰ বীৰ্য্য পোৱা গৈছে । এই তথ্য মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ । হত্যাৰ পূৰ্বে চিকিৎসকগৰাকীক গণধৰ্ষণৰ বলি হোৱাৰ ইংগিত পোৱা গৈছে বুলি কলিকতা উচ্চ ন্যায়ালয়ত তেওঁৰ পিতৃ-মাতৃয়ে কয় । উল্লখযোগ্য যে এই গোচৰৰ তদন্ত চিবিআইলৈ হস্তান্তৰ কৰা হৈছে ।তেওঁলোকে…
© 2024 KhabarTaza24.com. All rights reserved. | Powered by WordPress | Theme by TheBootstrapThemes