Sun. Aug 3rd, 2025
প্ৰতিবাদকাৰীৰ ফটো

যুদ্ধবিৰতিৰ আলোচনাত অচলাৱস্থা : নেতান্যাহুৰ হামাছৰ প্ৰতি ‘আত্মসমৰ্পণ বা মৃত্যু’ৰ আলটিমেটাম

যুদ্ধবিৰতিৰ বাবে হোৱা আলোচনাৰ মাজত স্থবিৰতা আহি পৰাত ইজৰাইল-হামাছৰ সংঘাত বৃদ্ধি পাইছে । গাজাত ইজৰাইল আৰু হামাছ এই দুই পক্ষৰ মাজত যুদ্ধ চলি থকাৰ সময়তে ইজৰাইল আৰু পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন…

উৰি থকা এখন উৰাজাহাজ

মানৱ সৰবৰাহৰ সন্দেহত ভাৰতীয় যাত্ৰী কঢ়িয়াই নিয়া বিমান ফ্ৰান্সত বলপূৰ্বক অৱতৰণ : দুজন আটক

শুকুৰবাৰে ফ্ৰান্সৰ কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰি ৩০৩ জন ভাৰতীয় যাত্ৰী কঢ়িয়াই নিকাৰাগুয়া অভিমুখী এখন চাৰ্টাৰ বিমানক আটক কৰে । পূব মাৰ্নে অঞ্চলত স্থানীয় বিষয়াসকলে উত্থাপন কৰা মানৱ সৰবৰাহৰ সন্দেহৰ পিছতে…

Army Personnel with an army vehecle

ৰাজৌৰীত উগ্ৰপন্থীৰ “এম্বুশ্চ”ত তিনি ভাৰতীয় জোৱান ছহীদ : মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

এক কৰুণ ঘটনাত জম্মু-কাশ্মীৰৰ ৰাজৌৰী ছেক্টৰৰ থানামণ্ডী অঞ্চলত দুখন সামৰিক বাহনক লক্ষ্য কৰি কৰা সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত তিনিজন ভাৰতীয় সেনাৰ জোৱানে প্ৰাণ হেৰুৱায় আৰু সমসংখ্যক আহত হয়। PTCৰ বাতৰিত প্ৰকাশ…

ৰাজ্যসভা

ৰাজ্য সভাত তিনিখন অপৰাধমূলক দণ্ডবিধি আইন গৃহীত

ভাৰতীয় সংসদে আজি বৃহস্পতিবাৰৰ দিনটোত দেশৰ আওপুৰণি ঔপনিৱেশিক যুগৰ অপৰাধমূলক আইনসমূহক আধুনিকীকৰণৰ লক্ষ্যৰে তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰিছে। সন্ত্ৰাসবাদ, লিঞ্চিং, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কাৰ্যকলাপৰ দৰে গুৰুতৰ অপৰাধৰ…

A photo of Xi Jinping and Jo Baiden in a conference table

২০২৫ৰ পৰা ২০২৭ৰ ভিতৰত চীনৰ মূল ভূ-খণ্ডৰ লগত চামিল কৰা হ’ব টাইৱানক : ক্সি জিনপিঙৰ ঘোষণা

২০২৫ৰ পৰা ২০২৭ৰ ভিতৰত টাইৱানক চীনৰ মূল ভূ-খণ্ডৰ লগত চামিল কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰা হৈছে । সদ্য সমাপ্ত চান ফ্ৰানচিচকো শীৰ্ষ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি ক্সি জিন পিঙে আমেৰিকাৰ ৰাষ্ট্ৰপতি…

A representational picture of a SUV

ভাৰত এনচিএপি ক্ৰেচ (Bharat New Car Assessment Programme ,Bharat NCAP)  টেষ্টত টাটা ছাফাৰী আৰু হেৰিয়াৰ ঐতিহাসিক ৫ তাৰকা সুৰক্ষা ৰেটিং লাভ

ভাৰতীয় বাহন সুৰক্ষাৰ বাবে এক যুগান্তকাৰী পদক্ষেপ হিচাপে ভাৰত নিউ কাৰ এচেজমেণ্ট প্ৰগ্ৰেম ( ভাৰত এনচিএপি)ৰ দুৰ্ঘটনা পৰীক্ষাত টাটা মটৰ্ছৰ থলুৱা এছ ইউ ভি( SUV) টাটা ছাফাৰী আৰু টাটা হেৰিয়াৰ…