Thu. Jul 31st, 2025
গায়ক অৰুণ দাস

এসময়ৰ জনপ্ৰিয় গায়ক,গীতিকাৰ তথা গীটাৰ বাদক অৰুণ দাসৰ মৃত্যু : অসমৰ সংগীত জগতৰ পৰা খহিল আন এক তৰা

দীৰ্ঘ দিনীয়া অসুস্থতাৰ অন্তত অসমৰ দৰদী কণ্ঠশিল্পী,গীতিকাৰ তথা গীটাৰিষ্ট অৰুণ দাসৰ দেওবাৰে পুৱা মৃত্যু হয় । দ্য চেণ্টিনেল কাকতৰ মতে মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 71 বছৰ । কিছু বছৰ…

ইণ্ডোনেছিয়াৰ মেৰাপী আগ্নেয়গিৰি উদ্গিৰণ : 11 পৰ্বতাৰোহীৰ মৃত্যু,12 জন সন্ধানহীন

যোৱা তিনি ডিচেম্বৰ দেওবাৰে ইণ্ডোনেছিয়াৰ মেৰাপী আগ্নেয়গিৰি উদ্গিৰণ হোৱাত সেই সময়ত আগ্নেয়গিৰিৰ সমীপত থকা বা আগ্নেয়গিৰি আৰোহন কৰি থকা 11 জন পৰ্বতাৰোহীৰ মৃত্যু হয় লগতে আন 12 জন সন্ধানহীন হৈ…

পণবন্দী মুক্তিৰ আলোচনাত অচলাৱস্থা : কাটাৰৰ দোহাৰ পৰা প্ৰতিনিধি ওভতাই আনিলে ইজৰাইলে

শণিবাৰে ইজৰাইল আৰু হামাচে ইতিমধ্যে অন্ত পৰা শান্তি চুক্তি পুনৰ বাহাল ৰাখিবলৈ কৰা আন্তৰ্জাতিক মহলৰ আহ্বানক আওকাণ কৰাৰ লগে লগে গাজাত নিৰ্দিষ্ট লক্ষ্য আৰু পেলেষ্টিনিয়ান গ্ৰুপৰ ওপৰত পুণৰ ধাৰাষাৰ ৰকেটৰ…

ফিলিপাইনচত 7.5 প্ৰাৱল্যৰ ভূমিকম্প : চূনামী এলাৰ্ট জাৰি

ৰিখটাৰ স্কেলৰ 7.5 প্ৰাৱল্যৰ ভূমিকম্পই ফিলিপাইনচৰ উপকুলীয় চহৰ মিনডানাওক জোঁকাৰি যায় । ভূমিকম্পৰ পিছতে চূনামী এলাৰ্ট জাৰি কৰা হৈছে ফিলিপাইনচত । আমেৰিকান চূনামী এলাৰ্ট চিষ্টেমৰ পৰা এই সতৰ্কবাণী জাৰি কৰা…

সাগৰীয় ধুমুহা মিগজউন ( Cyclone Michaun )ৰ প্ৰভাৱত চেন্নাইত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা : IMDৰ Yellow এলাৰ্ট জাৰি

বংগ উপ-সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ ফলত ই এক সাগৰীয় ধুমুহালৈ ঘণীভূত হোৱাৰ সম্ভাৱনা আছে । সেয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ ( Indian Meteorological Department ) চমুকৈ IMDয়ে তামিলনাডু,আৰু অন্ধ্ৰপ্ৰদেশৰ…

সামৰণি পৰিল টেলেংগানা বিধান সভাৰ নিৰ্বাচন : সন্ধ্যা 5 বজালৈকে 63.94 শতাংশ ভোট দান

30 নৱেম্বৰ, বৃহস্পতিবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা টেলেংগানা বিধান সভা নিৰ্বাচন সন্ধ্যা 5 বজাৰ লগে লগে অন্ত পৰে । মুঠ 119 টা সমষ্টিত 2290 জন প্ৰাৰ্থীয়ে প্ৰতিদন্দিতা কৰা…