Sun. Jul 6th, 2025

অযোগ্য ঘোষিত হোৱাৰ পিছতে ৱিনেশ ফ’গাটৰ অৱসৰ ঘোষণা : মাকলৈ আৱেগিক পোষ্ট

পেৰিছ অলিম্পিক 2024ত যোৱা মংগলবাৰে মহিলা মল্লযুঁজৰ 50 কেজি শাখাৰ ফাইনেল খেলৰ আগমুহূ্‌ৰ্ত্তত লোৱা দৈহিক ওজন মাপত 100 গ্ৰাম অধিক ওজন হোৱা বাবে খেলৰ বাবে অলিম্পিক কমিটিৰ দ্বাৰা অযোগ্য ঘোষণা…

সোণৰ পদকৰ পৰা এখোজ দূৰৈত থমকি ৰ’ল ৱিনেশ ফ’গাট : অধিক ওজনৰ বাবে অযোগ্য ঘোষণা

ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটক দেহৰ ওজন অধিক হোৱাৰ বাবে পেৰিছ অলিম্পিক-2024ৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে । মহিলাৰ 50 কেজি শাখাৰ ফাইনেলৰ ঠিক আগে আগে লোৱা দৈহিক ওজন মাপত তেওঁৰ…

জ্বলন্ত বাংলাদেশ : অন্তৱৰ্তীকালিন চৰকাৰ গঠনৰ প্ৰচেষ্টা

যোৱা প্ৰায় এমাহৰো অধিক কাল সংৰক্ষণ ব্যৱস্থাৰ প্ৰতিবাদত বাংলাদেশৰ ৰাজনৈতিক দল আৱামী লিগৰ নেতা তথা পূৰ্ব প্ৰধান মন্ত্ৰী শ্বেইখ হাচিনাৰ বিৰোদ্ধে চলা ছাত্ৰ আন্দোলন আৰু হিংসাত্মক প্ৰতিবাদে যোৱা সোমবাৰে ভীষণ…

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাচিনাৰ ভাৰতলৈ পলায়ণ : 300 জন প্ৰতিবাদকাৰীৰ মৃত্যু

বাংলাদেশৰ সংৰক্ষণ ব্যৱস্থাৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনাৰ বিৰুদ্ধে চলি থকা ছাত্ৰ আন্দোলনে আজি হিংসাত্মক ৰূপ ধাৰণ কৰাত পুলিছ আৰু প্ৰতিবাদকাৰীৰ সংঘৰ্ষত প্ৰায় তিনিশৰো অধিক প্ৰতিবাদকাৰীৰ মৃত্যু হয় আৰু বহুজন আহত…

A picture of bit coin

ক্ৰিপ্টো প্ৰৱঞ্চকৰ (Crypto Fraudsters)শাস্তি: বেংকমেন-ফ্ৰাইডক ২৫ বছৰ, গ্ৰীণউডক ২০ বছৰ কাৰাদণ্ড

এক উল্লেখযোগ্য আইনী পৰিঘটনাত ক্ৰিপ্টোকাৰেঞ্চি জগতৰ দুজন বিশিষ্ট ব্যক্তিক পৃথক পৃথক প্ৰৱঞ্চনামূলক আঁচনিত ভূমিকা লোৱাৰ অপৰাধত কাৰাদণ্ড বিহা হৈছে। BBCত এই বাতৰি প্ৰকাশ । ইতিমধ্যে বন্ধ হৈ যোৱা ক্ৰিপ্টো এক্সচেঞ্জ…

A Picture of PM Modi taking saulte in the 75th Republic Day celebration

কাৰ্তব্য পথত ঐতিহাসিক ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ কাৰ্যসূচী

দেশপ্ৰেমৰ উত্তাপ আৰু সাংস্কৃতিক সমৃদ্ধিৰে সংপৃক্ত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেড বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানীৰ মাজমজিয়া নতুন দিল্লীৰ কাৰ্তব্য পথত চলি আছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মানীয়…