Fri. Nov 22nd, 2024

মহুৱা মৈত্ৰক লোক সভাৰ পৰা বহিষ্কাৰ : ধনৰ বিনিময়ত “প্ৰশ্ন”ই লগাইছে তোলপাৰ

ধনৰ বিনিময়ত প্ৰশ্ন এই অভিযোগৰ সম্পৰ্কত নীতি-নিৰ্দেশনা কমিটি ( Ethics Committee )য়ে দিয়া প্ৰতিবেদনৰ পিছতে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰক লোক সভাৰ সংসদৰ পৰা বহিষ্কাৰ কৰ হয় । এন ডি…

চাইক্লোন মিগজউনৰ অন্ধ্ৰৰ ভূমি ভাগত আঘাত : 12 জনৰ মৃত্যু

মংগলবাৰে সাগৰীয় ঘূৰ্ণীবতাহ মিগজউন অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাৰ ভূমি ভাগত আঘাত কৰে । অন্ধ্ৰপ্ৰদেশ স্থলভাগত আঘাত কৰাৰ পূৰ্বে দুদিন ধৰি চেন্নাইৰ ওপৰেদি এই সাগৰীয় ঘূৰ্ণীবতাহ বৈ যোৱাৰ ফলত চেন্নাই আৰু তামিলনাডুৰ…

গায়ক অৰুণ দাস

এসময়ৰ জনপ্ৰিয় গায়ক,গীতিকাৰ তথা গীটাৰ বাদক অৰুণ দাসৰ মৃত্যু : অসমৰ সংগীত জগতৰ পৰা খহিল আন এক তৰা

দীৰ্ঘ দিনীয়া অসুস্থতাৰ অন্তত অসমৰ দৰদী কণ্ঠশিল্পী,গীতিকাৰ তথা গীটাৰিষ্ট অৰুণ দাসৰ দেওবাৰে পুৱা মৃত্যু হয় । দ্য চেণ্টিনেল কাকতৰ মতে মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 71 বছৰ । কিছু বছৰ…

ইণ্ডোনেছিয়াৰ মেৰাপী আগ্নেয়গিৰি উদ্গিৰণ : 11 পৰ্বতাৰোহীৰ মৃত্যু,12 জন সন্ধানহীন

যোৱা তিনি ডিচেম্বৰ দেওবাৰে ইণ্ডোনেছিয়াৰ মেৰাপী আগ্নেয়গিৰি উদ্গিৰণ হোৱাত সেই সময়ত আগ্নেয়গিৰিৰ সমীপত থকা বা আগ্নেয়গিৰি আৰোহন কৰি থকা 11 জন পৰ্বতাৰোহীৰ মৃত্যু হয় লগতে আন 12 জন সন্ধানহীন হৈ…

পণবন্দী মুক্তিৰ আলোচনাত অচলাৱস্থা : কাটাৰৰ দোহাৰ পৰা প্ৰতিনিধি ওভতাই আনিলে ইজৰাইলে

শণিবাৰে ইজৰাইল আৰু হামাচে ইতিমধ্যে অন্ত পৰা শান্তি চুক্তি পুনৰ বাহাল ৰাখিবলৈ কৰা আন্তৰ্জাতিক মহলৰ আহ্বানক আওকাণ কৰাৰ লগে লগে গাজাত নিৰ্দিষ্ট লক্ষ্য আৰু পেলেষ্টিনিয়ান গ্ৰুপৰ ওপৰত পুণৰ ধাৰাষাৰ ৰকেটৰ…

ফিলিপাইনচত 7.5 প্ৰাৱল্যৰ ভূমিকম্প : চূনামী এলাৰ্ট জাৰি

ৰিখটাৰ স্কেলৰ 7.5 প্ৰাৱল্যৰ ভূমিকম্পই ফিলিপাইনচৰ উপকুলীয় চহৰ মিনডানাওক জোঁকাৰি যায় । ভূমিকম্পৰ পিছতে চূনামী এলাৰ্ট জাৰি কৰা হৈছে ফিলিপাইনচত । আমেৰিকান চূনামী এলাৰ্ট চিষ্টেমৰ পৰা এই সতৰ্কবাণী জাৰি কৰা…