Wed. Jul 30th, 2025

পঞ্চাশ বছৰ স্থিৰ হৈ থকাৰ পিছত এন্টাৰ্কটিক গ্লেচিয়াৰৰ নাটকীয় ভাৱে আঠ কিলোমিটাৰ স্থানান্তৰ

এন্টাৰ্কটিক গ্লেচিয়াৰৰ এই স্থানান্তৰৰ ফলত ই মহাশাগৰৰ উষ্ম জলভাগৰ দ্বাৰা ক্ষতি হ’ব পৰাকৈ উন্মুক্ত হৈ পৰিছে । যি ক্ষিপ্ৰ গতিত গ্লেচিয়াৰৰ সংকোচন হৈছে আইচ ডাইনেমিক্সৰ ই এক উকণ্ঠাজনক ধং ।…

30 নৱেম্ববৰত নিৰ্বাচন : অন্ত পৰিল তেলেংগানাৰ নিৰ্বাচনী প্ৰচাৰ

অহা 30 নৱেম্বৰত অনুস্থিত হ’ব লগীয়া তেলেংগানাৰ বিধান সভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ মংগলবাৰে অন্ত পৰে । নিউজ18ৰ খবৰ অনুসৰি মংগলবাৰে নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনটোত কংগ্ৰেছৰ অনান্য জেষ্ঠ নেতাৰ সৈতে হায়দৰাবাদত…

অৱশেষত উদ্ধাৰ কৰা হ’ল ভাঙি পৰা টানেলত আৱদ্ধ 41 জন শ্ৰমিকক : 17 দিনীয়া উদ্ধাৰ অভিযানৰ সফল সমাপ্তি

উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ চিলকয়াৰা টানেলত যোৱা 12 নৱেম্বৰৰ পুৱা নিৰ্মানৰত এক টানেল ভাগি টানেলৰ ভিতৰত আৱদ্ধ হৈ পৰা 41 জন শ্ৰমিকক অৱশেষত জীৱন্ত ৰূপত উদ্ধাৰ কৰা হয় । NDRF আৰু…

আন্দামান নিকোবৰৰ আশে পাশে নিম্নচাপৰ সৃষ্টি : বতৰ বিজ্ঞানীৰ সাৱধানবাণী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগ ( Indian Meterological Department ) IMDয়ে সোমবাৰে জনায় যে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আশে-পাশে এক বৃহৎ অঞ্চলত নিম্নচাপৰ সৃষ্টি হৈছে যিটো শক্তিশালী ৰূপ লৈ অহা ২৮…

A picture of vertical drilling mchine

আমেৰিকান অগাৰ বিফল : 16 দিনতো উদ্ধাৰ হোৱা নাই খহি পৰা টানেলত আৱদ্ধ শ্ৰমিক

উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ চিলকয়াৰাত খহি পৰা নিৰ্মীয়মান টানেলত আৱদ্ধ হৈ থকা 41 জন কন্‌ট্ৰাকচন কৰ্মীৰ উদ্ধাৰৰ বাবে আজিও অব্যাহত আছে উদ্ধাৰ অভিযান । উল্লেখযোগ্য যে যোৱা 12 নৱেম্বৰত উত্তৰাখণ্ডৰ উত্তৰ…

Picture of a ship in the sea

গ্ৰীছৰ সমীপত মালবাহী জাহাজ সমুদ্ৰত বিলীন : 4 গৰাকী ভাৰতীয় জাহাজ কৰ্মী সন্ধানহীন

দেওবাৰে আগবেলা গ্ৰীচৰ সমীপৰ এক দ্বীপ লেচবুজৰ ওচৰত সাগৰীয় ধুমুহাৰ কবলত পৰি নিমখ কঢ়িয়াই নিয়া এখন জাহাজ সমুদ্ৰত ডুব যোৱাত 4জন ভাৰতীয় সহ 13জন জাহাজ কৰ্মী সন্ধানহীন হয় । কম’ৰোচ…