দেশ জোঁকাৰি যোৱা কলকাতাৰ চিকিৎসকৰ হত্যাকাণ্ডৰ গোচৰ চিবিআইক অৰ্পন : দল বদ্ধ ধৰ্ষণৰ সন্দেহ ঘনীভূত
দেশ কঁপাই যোৱা কলকতাৰ এখন চৰকাৰী চিকিৎসালয়ত ধৰ্ষণ কৰি হত্যা কৰা ৩১ বছৰীয়া চিকিৎসকগৰাকীৰ শৰীৰত যথেষ্ট পৰিমাণৰ বীৰ্য্য পোৱা গৈছে । এই তথ্য মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ । হত্যাৰ পূৰ্বে…