- জেভেলিন কিনিবলৈ ধন নাছিল এৰছাদ নাদিমৰby khabartaza24.comপেৰিছ অলিম্পিকত পুৰুষৰ শাখাত জেভেলিন নিক্ষেপন প্ৰতিযোগিতাত সোণৰ পদক জয় কৰি এৰছাদ নাদিমে পাকিস্তানৰ খেল জগতক এক উচ্ছতা প্ৰদান কৰিলে । নাদিমৰ 92.97 মিটাৰ দূৰত্বৰ নিক্ষেপনেৰে 32 বছৰৰ ভিতৰত পাকিস্তানৰ এইটো প্ৰথম অলিম্পিক পদক লাভ । উল্লেখযোগ্য যে ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভেনিল নিক্ষেপন প্ৰতিযোগিতাত 89.45 মিটাৰ দূৰত্বৰ নিক্ষেপনেৰে দ্বিতীয় স্থান দখল কৰে । এই… Read more: জেভেলিন কিনিবলৈ ধন নাছিল এৰছাদ নাদিমৰ
- পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰাৰ ৰূপৰ পদক : ট্ৰেক এণ্ড ফিল্ডত একক নিৰৱছিন্ন জয়ৰ প্ৰথমজন ভাৰতীয়by khabartaza24.com"I gave my best, but it was Arshad's day": Neeraj Chopra reflects on missing gold at Paris Olympics Read @ANI Story | https://t.co/HK1MPE1h51#NeerajChopra #javelinfinal #ParisOlympics2024 pic.twitter.com/C8rlcUTWWD — ANI Digital (@ani_digital) August 9, 2024 ষ্টেদি দ্য ফ্ৰাঞ্চ ষ্টেডিয়ামত উল্লাসিত দৰ্শকৰ সমুখত প্ৰদৰ্শন কৰি তাৰকা জেভেলিন নিক্ষেপক নীৰজ চোপ্ৰাই পেৰিছ অলিম্পকৰ পুৰুষৰ জেভেলিন নিক্ষেপনৰ প্ৰতিযোগিতাত ৰূপৰ পদক… Read more: পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰাৰ ৰূপৰ পদক : ট্ৰেক এণ্ড ফিল্ডত একক নিৰৱছিন্ন জয়ৰ প্ৰথমজন ভাৰতীয়
- অযোগ্য ঘোষিত হোৱাৰ পিছতে ৱিনেশ ফ’গাটৰ অৱসৰ ঘোষণা : মাকলৈ আৱেগিক পোষ্টby khabartaza24.comপেৰিছ অলিম্পিক 2024ত যোৱা মংগলবাৰে মহিলা মল্লযুঁজৰ 50 কেজি শাখাৰ ফাইনেল খেলৰ আগমুহূ্ৰ্ত্তত লোৱা দৈহিক ওজন মাপত 100 গ্ৰাম অধিক ওজন হোৱা বাবে খেলৰ বাবে অলিম্পিক কমিটিৰ দ্বাৰা অযোগ্য ঘোষণা হোৱাৰ পিছত হতাশাত ভাগি পৰা ভাৰতীয় মহিলা মল্লযুঁজাৰু ৱিনেশ ফ’গাতে আজি বৃহস্পতিবাৰে মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মংগলবাৰে… Read more: অযোগ্য ঘোষিত হোৱাৰ পিছতে ৱিনেশ ফ’গাটৰ অৱসৰ ঘোষণা : মাকলৈ আৱেগিক পোষ্ট
- সোণৰ পদকৰ পৰা এখোজ দূৰৈত থমকি ৰ’ল ৱিনেশ ফ’গাট : অধিক ওজনৰ বাবে অযোগ্য ঘোষণাby khabartaza24.comভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটক দেহৰ ওজন অধিক হোৱাৰ বাবে পেৰিছ অলিম্পিক-2024ৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে । মহিলাৰ 50 কেজি শাখাৰ ফাইনেলৰ ঠিক আগে আগে লোৱা দৈহিক ওজন মাপত তেওঁৰ দেহৰ ওজন 150 গ্ৰাম অধিক পোৱা গ’ল । বছৰ বছৰ ধৰি কৰা নিষ্ঠা, একাগ্ৰ প্ৰচেষ্টা আৰু ব্যতিক্ৰমী প্ৰদৰ্শনৰ জৰিয়তে নিজৰ বাবে এক নিৰ্দিষ্ট স্থান খোদিত… Read more: সোণৰ পদকৰ পৰা এখোজ দূৰৈত থমকি ৰ’ল ৱিনেশ ফ’গাট : অধিক ওজনৰ বাবে অযোগ্য ঘোষণা
- বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী ৱিনেশ ফ’গাটে চৰকাৰক ঘূৰাই দিলে মেজৰ ধ্যানচান্দ খেলৰত্ন আৰু অৰ্জুন বঁটাby khabartaza24.comভাৰতীয় মল্লযুঁজ সন্থা ( Wrestling Federation of India (WFI)ৰ ভিতৰত বিতৰ্কিত নিৰ্বাচনৰ বিৰুদ্ধে সাহসী প্ৰতিবাদ কৰি বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী ৱিনেশ ফ’গাটে চৰকাৰক ঘূৰাই দিলে মেজৰ ধ্যানচান্দ খেলৰত্ন আৰু অৰ্জুন বঁটা। এক উল্লেখযোগ্য স্থিতি প্ৰদৰ্শন কৰি মঙলবাৰে এই পাকৈত খেলুৱৈ গৰাকীয়ে ডব্লিউ এফ আই ( Wrestling Federation of India)ৰ শাসনৰ বিৰুদ্ধে এই পদক্ষেপ ঘোশণা কৰে… Read more: বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী ৱিনেশ ফ’গাটে চৰকাৰক ঘূৰাই দিলে মেজৰ ধ্যানচান্দ খেলৰত্ন আৰু অৰ্জুন বঁটা
- ক্ৰীড়া মন্ত্ৰালয়ৰ দ্বাৰা সদ্য নিৰ্বাচিত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বডি নিলম্বনby khabartaza24.comভাৰতীয় মল্লযুঁজৰ দৃশ্যপটৰ ভিতৰত এক উল্লেখযোগ্য পৰিঘটনাত সঞ্জয় সিঙৰ নেতৃত্বত নৱনিৰ্বাচিত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সংস্থাটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ক্ৰীড়া মন্ত্ৰালয়ে। উত্তৰ প্ৰদেশৰ গণ্ডাত ১৫ বছৰ অনুৰ্ধ আৰু ২০ বছৰ অনুৰ্ধ মল্লযুঁজৰ বাবে ডব্লিউ এফ আইৰ সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই এই নিলম্বন কৰা হৈছে। কঠোৰ ভাষাৰে প্ৰকাশ কৰা এক বিবৃতিত প্ৰাক্তন মুৰব্বী ব্রিজ ভূষণ শৰণ… Read more: ক্ৰীড়া মন্ত্ৰালয়ৰ দ্বাৰা সদ্য নিৰ্বাচিত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বডি নিলম্বন