Thu. Jul 31st, 2025

Category: Country

A photo of fogg gripped highway

প্ৰডণ্ড শীত লহৰত উত্তৰ ভাৰত পক্ষাঘাতগ্ৰস্ত: ভয়াৱহ শীত প্ৰবাহ আৰু কুঁৱলীৰ বিধ্বংসী ৰূপ

বৰফ চেঁচা হাড় কপোঁৱা ঠাণ্ডাই উত্তৰ ভাৰতক গ্ৰাহ কৰাৰ লগে লগে বাসিন্দাসকলে প্ৰচণ্ড শীত প্ৰবাহৰ সৈতে যুঁজিব লগা হৈছে ।…

Photo of Rajnath Singh

আৰ্মীৰ জিম্মাত হোৱা সাধাৰণ নাগৰিকৰ মৃত্যুৰ উত্তেজনাৰ মাজতে গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ কাশ্মীৰ ভ্ৰমণ

ভাৰতীয় প্ৰশাসিত কাশ্মীৰৰ শেহতীয়া এক পৰিঘটনাত সেনাৰ জিম্মাত থকাৰ সময়ত তিনিজন সাধাৰণ নাগৰিকৰ মৃত্যুৱে অঞ্চলটোত নতুন উত্তেজনাৰ সৃষ্টি কৰিছে ।…

Picture of witchcraft

ডাইনীৰ সন্দেহত অসমত এগৰাকী আদিবাসী মহিলাক জীৱন্তে জ্বলাই হত্যা

এক অতি দুখজনক ঘটনাত যোৱা দেওবাৰে অসমৰ শোণিতপুৰ জিলাত এগৰাকী আদিবাসী মহিলাক ডাইনীৰ সন্দেহত জীৱন্তে জ্বলাই হত্যা কৰাৰ খবৰ প্ৰকাশ…

Army Personnel with an army vehecle

ৰাজৌৰীত উগ্ৰপন্থীৰ “এম্বুশ্চ”ত তিনি ভাৰতীয় জোৱান ছহীদ : মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

এক কৰুণ ঘটনাত জম্মু-কাশ্মীৰৰ ৰাজৌৰী ছেক্টৰৰ থানামণ্ডী অঞ্চলত দুখন সামৰিক বাহনক লক্ষ্য কৰি কৰা সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত তিনিজন ভাৰতীয় সেনাৰ…

ৰাজ্যসভা

ৰাজ্য সভাত তিনিখন অপৰাধমূলক দণ্ডবিধি আইন গৃহীত

ভাৰতীয় সংসদে আজি বৃহস্পতিবাৰৰ দিনটোত দেশৰ আওপুৰণি ঔপনিৱেশিক যুগৰ অপৰাধমূলক আইনসমূহক আধুনিকীকৰণৰ লক্ষ্যৰে তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰিছে। সন্ত্ৰাসবাদ, লিঞ্চিং,…

Parliament building

পুনৰ বহিষ্কৃত ৪৯ জন সাংসদ : সৰ্বমুঠ বহিষ্কৃত সংসদৰ সংখ্যা হয়গৈ ১৪১

সোমবাৰে বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে লোকসভা আৰু ৰাজ্যসভা এই দুই…