পুনৰ বহিষ্কৃত ৪৯ জন সাংসদ : সৰ্বমুঠ বহিষ্কৃত সংসদৰ সংখ্যা হয়গৈ ১৪১
সোমবাৰে বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে লোকসভা আৰু ৰাজ্যসভা এই দুই সদনৰ পৰা, এদিনতে ৭৮ জন সাংসদক অভূতপূৰ্ব নিলম্বন কৰাৰ পিছত…