Tue. Jun 3rd, 2025

Category: International

this category features happenings all over the world

ফিলিপাইনচত 7.5 প্ৰাৱল্যৰ ভূমিকম্প : চূনামী এলাৰ্ট জাৰি

ৰিখটাৰ স্কেলৰ 7.5 প্ৰাৱল্যৰ ভূমিকম্পই ফিলিপাইনচৰ উপকুলীয় চহৰ মিনডানাওক জোঁকাৰি যায় । ভূমিকম্পৰ পিছতে চূনামী এলাৰ্ট জাৰি কৰা হৈছে ফিলিপাইনচত…

Picture of a ship in the sea

গ্ৰীছৰ সমীপত মালবাহী জাহাজ সমুদ্ৰত বিলীন : 4 গৰাকী ভাৰতীয় জাহাজ কৰ্মী সন্ধানহীন

দেওবাৰে আগবেলা গ্ৰীচৰ সমীপৰ এক দ্বীপ লেচবুজৰ ওচৰত সাগৰীয় ধুমুহাৰ কবলত পৰি নিমখ কঢ়িয়াই নিয়া এখন জাহাজ সমুদ্ৰত ডুব যোৱাত…

কাটাৰত আঠ জনকৈ ভাৰতীয় পূৰ্ব নৌ-বাহিনীৰ বিষয়াক মৃত্যু দণ্ড : ভাৰতে কৰিছে আপীল

কাটাৰত কৰ্মৰত আঠ জন ভাৰতীয় পূৰ্ব নৌ-বাহিনীৰ বিষয়া-কৰ্মচাৰীক কাটাৰৰ এখন আদালতে মৃ্ত্য়ু দণ্ডৰ আদেশ দিয়াৰ পিছত ভাৰত চৰকাৰে কাটাৰৰ আদালতত…

আফঘানিস্তানৰ দিল্লীস্থ দূতাবাস স্থায়ী ভাবে বন্ধৰ ঘোষণা

এক লিখিত ঘোষণাত আফঘানিস্তান দূতাবাসৰ ফালৰ পৰা জনোৱা হৈছে ,তেওঁলোকে দুখজনক ভাবে জনাব লগা হৈছে যে তালিবান আৰু ভাৰত চৰকাৰৰ…

কাটাৰৰ মধ্যস্থতাত হামাচ-ইজৰাইলৰ মাজত 4 দিনৰ বাবে যুদ্ধ স্থগিত : শুক্ৰবাৰে গাজাৰ স্বানীয় সময় পুৱা 7 বজাৰ পৰা কাৰ্যকৰী হ’ব চুক্তি

কাটাৰৰ বিদেশ মন্ত্ৰী মোহম্মদ বিন আব্দুল ৰহমান বিন অল থানিয়ে জনোৱা মতে শুক্ৰবাৰে গাজাৰ স্থানীয় সময় পুৱা 7 বজাৰ পৰা…

চীনত ৰহস্যময় নিউমোনিয়াৰ আৱিৰ্ভাব:বিশ্ব স্বাস্থ্য সংস্থাৰ নজৰত চীন

কোভিড-19ৰ বাধা নিষেধৰ পৰা সম্পূৰ্ণ মুক্ত হওঁতে-নহওঁতেই চীনৰ উত্তৰ প্ৰান্তত পুনৰ দেখা দিছে নিউমোনিয়া সদৃশ শ্বাস-প্ৰশ্বাস জনিত এক ৰহস্যময় ৰোগ…