Thu. Nov 21st, 2024

কাটাৰৰ মধ্যস্থতাত হামাচ-ইজৰাইলৰ মাজত 4 দিনৰ বাবে যুদ্ধ স্থগিত : শুক্ৰবাৰে গাজাৰ স্বানীয় সময় পুৱা 7 বজাৰ পৰা কাৰ্যকৰী হ’ব চুক্তি

কাটাৰৰ বিদেশ মন্ত্ৰী মোহম্মদ বিন আব্দুল ৰহমান বিন অল থানিয়ে জনোৱা মতে শুক্ৰবাৰে গাজাৰ স্থানীয় সময় পুৱা 7 বজাৰ পৰা হামাচ আৰু ইজৰাইলৰ মাজত আৰম্ভ হ’ব লগীয়া 4 দিনীয়া শান্তি…

চীনত ৰহস্যময় নিউমোনিয়াৰ আৱিৰ্ভাব:বিশ্ব স্বাস্থ্য সংস্থাৰ নজৰত চীন

কোভিড-19ৰ বাধা নিষেধৰ পৰা সম্পূৰ্ণ মুক্ত হওঁতে-নহওঁতেই চীনৰ উত্তৰ প্ৰান্তত পুনৰ দেখা দিছে নিউমোনিয়া সদৃশ শ্বাস-প্ৰশ্বাস জনিত এক ৰহস্যময় ৰোগ । এই অচিন ৰোগত বিশেষকৈ শিশু সকল বেছিকৈ আক্ৰান্ত হোৱাৰ…

সুৰংগ খহি টানেলত আৱদ্ধ 9 দিন : জীৱন্ত কৰ্মীৰ প্ৰথম ভিডিওই জোকাৰিছে দেশ

উত্তৰাখণ্ডৰ এক দুৰ্ঘটনাত পথ সুৰংগ নিৰ্মানত লিপ্ত 41 জন কৰ্মী সুৰংগ ভাগি আৱদ্ধ হৈ পৰাৰ পিছত সম্পূৰ্ণ ন দিনৰ অন্তত উদ্ধাৰ কৰ্মীৰ কেমেৰাত প্ৰথম ভিডিওত আৱদ্ধ কৰ্মী কেইজন জীৱন্ত ৰূপত…

দৰিদ্ৰ পীড়িত দেশ কংগোত কৰ্ম সংস্থাপনহীন লোকৰ সংখ্যাই চুইছে আকাশ : সৈন্যবাহিনী নিযুক্তি স্থানত দৌৰা-দৌৰি আৰু ঠেলা-হেঁচাত পদপিষ্ট হৈ 37 জন লোকৰ মৃত্যু

চৰকাৰৰ এক কতৃত্বশীল পক্ষই প্ৰকাশ কৰা অনুসৰি কংংগো গণৰাষ্ট্ৰত সৈন্য বাহিনীত মকৰল কৰাৰ বাবে ব্ৰেজেভাইলৰ এক ষ্টেডিয়ামত অনুস্থিত এক নিযুক্তি ৰেলিত ঠেলা-হেঁচা আৰু দৌৰা-দৌৰিত সাধাৰণ লোককে ধৰি মুঠ 37জন লোকৰ…

ইজৰাইল-হামাচৰ প্ৰচণ্ড যুদ্ধ : চলিছে দুয়োপক্ষৰ যুদ্ধ বন্দী প্ৰত্যাৰ্পনৰ বাবে অস্থায়ী যুদ্ধ বিৰতিৰ প্ৰচেষ্টা

কাটাৰৰ মধ্যস্থতাত চলোৱা প্ৰচেষ্টাত হামাচ আৰু ইজৰাইল দুই পক্ষই এক অস্থায়ী শান্তি চুক্তি প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰাৰ কথা আলজাজিৰা বাতৰি চেনেলৰ এক বাতৰিত প্ৰকাশ । ইজৰাইলৰ প্ৰধান মন্ত্ৰী বেঞ্জামিন…

অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ মূৰত আঘাত: ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বিমানেৰে স্থানান্তৰ

ইকনমিক টাইমচৰ বাতৰিত প্ৰকাশ পোৱা অনুসৰি অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গ ডিব্ৰুগড়ৰ এক ৰিজৰ্টত থকা অৱস্থাত হঠাত পৰি যায় আৰু মূৰত আঘাত পায় । ততালিকে গায়ক জনক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা…